নকল টকা,সোণ সহ কৰায়ত্ত পাঁচ প্ৰৱঞ্চকক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭জুলাইঃ শোণিতপুৰৰ লগতে লখিমপুৰৰ এটা গভাইত চক্ৰই মিলিত হৈ নকল সোণ আৰু নকল টকাৰে একাংশ প্ৰলোভনৰ ফান্দত ভৰি দিয়া লোকক দীৰ্ঘদিন ঠগী আহিছিল। যোৱা নিশা শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এনে এটা চক্ৰৰ পাঁচ সদস্যক…

চৰকাৰী কাৰ্যালয় চৌহদক শ্যামলী চৌহদ ৰূপে গঢ়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধত সহায়ক হোৱাকৈ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ সামূহিক প্ৰয়াসক উদগণি জনাই অসম চৰকাৰে হাতত লোৱা 'মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ আজি দিছপুৰৰ জনতা ভৱন চৌহদত…

নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ উপস্থিতিত শিক্ষা বিভাগৰ…

১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব সঘন লোডশ্বেডিঙৰ সমস্যাঃ শক্তিমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ ১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব। এই কথা সদৰি কৰিছে শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাই। শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে সঘন লোডশ্বেডিঙকে ধৰি বিদ্যুৎ খণ্ডৰ বিভিন্ন…

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিব এ আই ইউ ডি এফ দলে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই এই কথা…

এটা ফুটবলেই জিকালে মৃত্যুৰ বিৰুদ্ধে যুঁজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ এঘণ্টা দুঘণ্টা নহয় ১৮ ঘন্টা যমৰ লগত যুদ্ধ কৰি জয়ী হ'ল তেওঁ। তেওঁ হৈছে ইউৰোপৰ উত্তৰ মেচিডোনিয়াৰ ইভান। লগৰীয়া আছিল মাত্ৰ এটা ফুটবল। ধুমুহাময় সাগৰত খেৰ-কূটাৰ দৰে সেই ফুটবলটোকে আঁকোৱালি লৈ তেওঁ…

জাপানীজ এনকেফেলাইটিছ : এপ্ৰিলৰ পৰা অসমত ২৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জাপানীজ এনকেফেলাইটিছে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অসমত ২৩ জন লোকৰ প্ৰাণ কাঢ়িছে বুলি জানিব পৰা গৈছে। ভাইৰাছজনিত মগজুৰ সংক্ৰমণ হিচাপে পৰিগণিত হোৱা মহজনিত ৰোগ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে ৰাজ্যখনত হঠাৎ জটিল…

জেমছ ৱেব টেলিস্কোপে ভৱিষ্যতে মানুহক আৰু কি কি দিব পাৰে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জেমছ ৱেব টেলিস্কোপে সৃষ্টিৰ প্ৰাৰম্ভিক দিনৰ ফটো সংগ্ৰহ কৰিছে। পৃথিৱীৰ মানুহ আচৰিত, মুগ্ধ, স্তম্ভিত। সৃষ্টিৰ ৰহস্যময় সৌন্দৰ্যত মুগ্ধ হৈ পৰিছে পৃথিৱীৰ সাধাৰণ মানুহৰ পৰা বিজ্ঞানীলৈ। কিন্তু জেমছ ৱেব…

পেট্ৰল-ডিজেলত লাগি থাকোতেই কেৰাচিনৰ চেঞ্চুৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ কেৰাচিন তেলে শতক কোবাব বুলি আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। আৰু তাকেই সত্য প্ৰমাণ কৰিলে ১৬ জুলাইত। দুখীয়াৰ ইন্ধন হৈছে কেৰাচিন তেল। এই মাহত কেৰাচিন তেলৰ ‘ইছ্যু মূল্য’ প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰিছে চৰকাৰী…

ভাৰতত শীঘ্ৰেই হ’ব ই-হাইৱে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু বিত্তীয় ৰাজধানী মুম্বাইৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ট্ৰলীবাছ আৰু গধুৰ বাহনৰ মালিকসকলে ই-ঘাইপথত ট্ৰলী ট্ৰাক চলাব…