পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত…
