শুকান পথাৰকলৈ কৃষকৰ হাঁহাকাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১৯ জুলাইঃ দুটাকৈ বানে সৰ্বস্ৰান্ত কৰাৰ পিছত বৰ্তমান খৰাঙে ৰাজ্যৰ কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছে।সম্প্ৰতি শোণিতপুৰৰ বিভিন্ন অঞ্চলত দুবাৰকৈ বানে সৰ্বস্ৰান্ত কৰা কৃষকে কঠীয়া ৰোপন কৰিবলৈ গৈ প্ৰয়োজনীয় পানীৰ…

পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত…

লখিমপুৰত অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰা সাত ডাম্পাৰ-ট্রেক্টৰ জব্দ

শতাব্দ, লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাত বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে চৌদিশে অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই মৰ্মে লখিমপুৰ জিলাতো বন বিভাগে চালান বিহীন ভাৱে শিল-বালি সৰবৰাহ কৰা ডাম্পাৰ-ট্রেক্টৰ আদিৰ বিৰুদ্ধে অভিযান অব্যাহত…

তিনিচুকীয়াত গা ধুবলৈ গৈ সন্ধানহীন ৰাজু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গেলাপুখুৰীৰ চান্দমাৰী-তৰাজান সংযোগী দলঙত আজি পুৱা গা ধুবলৈ গৈ এজন লোক বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন হৈ থকাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । শুংসূত্ৰহীন হৈ…

শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি

শতাব্দ , লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত তথা বন বিভাগৰ তীব্ৰ অভিযানৰ বাবে সাম্প্রতিক সময়ত তীব্র আতংকময় পৰিৱেশত দিন পাৰ কৰিছে বিভিন্ন কোৱেৰিত শিল বালি পৰিবহন কৰি জীৱিকা নিৰ্বাহ কৰি অহা ট্রিপাৰ, ট্ৰেক্টৰ, ট্ৰাক আদিৰ মালিক…

হৰ ঘৰ ত্ৰিৰংগা! ২০ কোটি ঘৰত উত্তোলন কৰা হ’ব ৰাষ্ট্ৰীয় পতাকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাই : হৰ ঘৰ ত্ৰিৰংগা! নৰেন্দ্ৰ মোদীৰ চৰকাৰে এইবাৰ এনে এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। অহা মাহত তিনিদিনৰ বাবে দেশৰ ২০ কোটিৰো অধিক ঘৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰা হ’ব। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ প্ৰচাৰৰ বাবে কেন্দ্ৰই…

ব’লক, ফুৰি আহোঁ মহাকাশ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আজিকালি আমি যেতিয়াই আজৰি সময় আৰু সুযোগ পাওঁ তেতিয়াই ফুৰিবলৈ ওলাই যাওঁ কোনো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই অথবা বিখ্যাত স্থানলৈ। কাৰণ এই গন্তব্যস্থানসমূহলৈ এতিয়া অতি সহজে যাব পাৰি। কিন্তু এতিয়া…

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আমেৰিকাত পুনৰ আক্ৰমণ চলালে এজন বন্দুকধাৰীয়ে। যোৱা ১৭ জুলাই দেওবাৰে ইণ্ডিয়ানাৰ এটা শ্বপিং মলত আক্ৰমণ কৰে বন্দুকধাৰীজনে। এই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় আন দুজন…

কেতিয়া আহিব ‘আচ্ছে দিন’!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ ক'ত আছে 'আচ্ছে দিন'? যোৱা ৮ বছৰত ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশ হ্ৰাস পাইছে। ২০১৪ চনত ভাৰতীয় মুদ্ৰাত (ভাৰতীয় টকা) এক ডলাৰৰ মূল্য যিমান আছিল ২০২২ চনত কমেও ১৬ টকা ৮ পইচা বৃদ্ধি পাইছে। এয়া আমি নিজে সাজি কোৱা…

মেক ইন ইণ্ডিয়া’ৰ জয়জয়কাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প ‘মেক ইন ইণ্ডিয়া’। এই ‘মেক ইন ইণ্ডিয়া’ আকৌ এবাৰ সফলতাৰ তালিকাত। এইবাৰ ফিলিপাইনছে ভাৰতৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড বা এইচ এ এলৰ দ্বাৰা নিৰ্মিত এডভান্সড লাইট…