ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাই : দ্ৰৌপদী মুৰ্মু ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল। তেওঁ হৈছে ভাৰতৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতি। ১৪ সংখ্যক ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। ইয়াৰ পিছতে শপত ল’ব দ্ৰৌপদী মুৰ্মুৱে।…
