পুখুৰী শুকাই ওলাল শতিকা প্ৰাচীন গাঁও!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : আমাৰ পৃথিৱীত কেতিয়াবা এনেকুৱা কিছুমান ঘটনা ঘটে যিবোৰে সকলোকে স্তম্ভিত কৰি তুলিব পাৰে। লগে লগে কাৰ্যতঃ সকলোৱে এনে ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। প্ৰাকৃতিক দুৰ্যোগৰ বাবেই বিভিন্ন সময়ত…
