দ্বিতীয়টো চমৎকাৰ! ডাৱৰ-পানী থকা গ্ৰহৰ অৱস্থিতি ধৰা পেলালে জেমচ ৱেব স্পেচ টেলিস্কোপে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : হাজাৰ আলোকবৰ্ষ দূৰত এখন পৃথিৱী। সূৰ্যও আছে। আৰু তাৰ চাৰিওফালে এটা বিশাল গেছীয় ভৰ প্ৰদক্ষিণ কৰি আছে। যেন মহাকাশৰ তীব্ৰ ক’লা আন্ধাৰত এখন আইনাত এই পৃথিৱীৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈছে। পানী, ডাৱৰ,…

অকলেই দক্ষিণ মেৰুলৈ যাত্ৰা কৰি ইতিহাস ৰচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : এটা সময় আছিল আমাৰ দেশত নাৰীৰ স্থান কেৱল ঘৰৰ ভিতৰতে আছিল। বাহিৰলৈ ওলাই গৈ স্বতঃস্ফূৰ্তভাৱে কোনো কাম কৰিব পৰা নাছিল। কিন্তু এতিয়া সময় সলনি হৈছে। লগতে মানসিকতাও সলনি হৈছে। সেইবাবেই মহিলাসকলে পুৰুষৰ লগত…

কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

লখিমপুৰ, ১৩ জুলাইঃ ‘বিভিন্ন শক্তিয়ে বিচ্চিন্নতাক পোষকতা কৰাৰ সময়তে নৰ্থ লখিমপুৰ কলেজ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজে বংগ-অসম সম্পৰ্কক বৌদ্ধিকভাৱে বলিষ্ঠ কৰি তুলিছে। এয়া সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক…

চিকিৎসাধীন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ নাৰ্চিং হ’মত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩জুলাইঃ তেজপুৰৰ এখন ব্যয়বহুল নাৰ্চিং হ’ম টাইমছত আজি এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ বীনা সূত(৬৫)নামৰ মহিলা গৰাকীক যোৱা ১১জুলাইত তেজপুৰৰ নাৰ্চিং হ’মখনত…

মৃত্যুপুৰীত পৰিণত হোৱা নিচামুক্তি কেন্দ্ৰ বন্ধৰ নিৰ্দেশ তিনিচুকীয়া প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ জুলাইঃ মৃত্যুপুৰীত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ কেতবোৰ নিচামুক্তি কিম্বা পুনৰসংস্থাপন কেন্দ্ৰৰ ক্ষেত্ৰত অৱশেষত কঠোৰ হ'বলৈ বাধ্য হ’ল জিলা প্ৰশাসন। উল্লেখ্য যে কোনো বৈধ অনুজ্ঞাপত্ৰ বা অনুমতি অবিহনে…

জাপানীজ এনকেফেলাইটিজ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱকলৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত…

নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। সেই অনুসৰি নতুন নামেৰে নামাকৰণ কৰা হ'ল গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ। বহু চৰ্চিত মহানগৰীৰ দুই…

যানবাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী হ্ৰাস অসম চৰকাৰৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৩ জুলাইঃ ক'ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে ক'ভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন…

মাইক্ৰ’প্লাষ্টিক শোষণকাৰী ৰবট মাছ উদ্ভাৱন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চীনা বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এবিধ ৰবট মাছ, যি সমুদ্ৰ তলীৰ মাইক্ৰ'প্লাষ্টিক শোষণ কৰিব পাৰে। মাইক্ৰ’প্লাষ্টিক শোষণ কৰা এই ৰবট মাছে হয়তো এদিন বিশ্বৰ প্ৰদূষিত মহাসাগৰসমূহ পৰিষ্কাৰ কৰাত সহায় কৰিব। এই…

সমগ্ৰ বিশ্বত খাদ্য সংকট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব। ১১ জুলাই সোমবাৰে সাংবাদিকৰ আগত আমেৰিকাৰ…