Stephan’s Quintet 5 তাৰকাৰাজ্যৰ ফটো প্রকাশ নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ  জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা 'ষ্টেফানছ কুইণ্টেট' নামৰ তাৰকাৰাজ্যৰ গোটটোৰ আগতে কেতিয়াও দেখা নোপোৱা বিৱৰণসহ ফটো প্রকাশ কৰিছে নাছাই। নাছাই জনোৱা মতে, ছবিখনত বিৰল জীৱন্ত কাৰ্য বিশদভাৱে দেখুওৱা হৈছে…

ভাৰতত চোৰাংচোৱাগিৰি পাকিস্তানী সাংবাদিকৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ বিগত ভাৰত ভ্ৰমণক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে এজন পাকিস্তানী সাংবাদিকে। সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক চাকিল চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুছৰত মিৰ্জাই কয় যে তেওঁ বহুবাৰ ভাৰত ভ্ৰমণ কৰাৰ পিছত…

মহাকাশতো জীৱাশ্ম!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। মহাকাশৰ বিষয়ে জানিবলৈ অধ্যৱসায়ৰ অন্ত নাই। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ বিভিন্ন স্তৰ অহৰহ আমাৰ বাবে নতুনকৈ মুকলি হৈ আহি আছে। এইবাৰ ৰহস্যৰ নতুন খিৰিকী খোল খাইছে।…

‘কা’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা যদি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশত নাগৰিকত্ব সংশোধনী আইনখন যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বুধবাৰে গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে…

এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা-বঢ়া কৰে নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : বহুতৰে ঘৰত ৰন্ধা-বঢ়াৰ বাবে এলুমিনিয়ামৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। বহুতে ৰন্ধনৰ বাবে এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰ আৰু কেৰাহী ব্যৱহাৰ কৰে। শেহতীয়াকৈ এম এছ ইউ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পুষ্টি বিভাগৰ গৱেষকসকলে…

তিনিচুকীয়াত সংঘটিত ২ টা এনকাউন্টাৰ ঘটনাৰ তদন্ত ঘোষণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাই : তিনিচুকীয়া আৰক্ষী থানাৰ অধীনত সংঘটিত দুটা ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে । তিনিচুকীয়াৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়া ড্ৰাগছ সংক্ৰান্তীয়…

তেজপুৰৰ “কুকী স্কুল অব নাৰ্চিং” ৰ ডিগ্ৰী প্ৰদান আৰু শপতগ্ৰহণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ জুলাই : তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত ২০২১ চনত গঢ়ি উঠা "কুকী স্কুল অব নাৰ্চিং" ৰ পৰা আজি অতি আশাব্যঞ্জক ভাবে প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি এন এম নাৰ্চিঙৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আনুষ্ঠানিক ভাবে ডিগ্ৰী…

কলকাতাত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুলাই: 'বিভিন্ন শক্তিয়ে বিচ্ছিন্নতাবাদক পোষকতা কৰি অহাৰ সময়তে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু ছেইণ্ট প'লচ কেথেড্রেল মিছন কলেজে বংগ-অসমৰ সম্পর্কক বৌদ্ধিকভাবে বলিষ্ঠ কৰি তুলিছে আৰু এয়া সম্প্ৰীতিৰ এক অনন্য…

বিভিন্ন দেশৰ অদ্ভুত নিয়মবোৰ জানেনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : চেল্ফি তুলি কোনে ভাল নাপায়! কিন্তু চেল্ফি তোলাটো যদি অবৈধ হয় তেন্তে কি হ’ব? গছৰ ডালত বহি থকা দেখিলেও যদি আৰক্ষীয়ে জৰিমনা দিবলৈ কয়, তেতিয়া কি হ’ব? শুনিবলৈ আচৰিত যেন লাগিলেও কথাবোৰ সঁচা। পৃথিৱীৰ এনে…

হোৱা কথা আছিল আই আই টিৰ দৰে প্ৰতিষ্ঠান হ’লগৈ ছাগলীৰ বজাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : ৯ বছৰ পূৰ্বে, অৰ্থাৎ ২০১৩ চনত পাকিস্তানে ভাৰতৰ আই আই টিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটা সৰু এম আই টি মুকলি কৰাৰ সপোন দেখিছিল। কিন্তু সেয়া সপোন হৈয়েই ৰৈছে। সম্প্ৰতি পাকিস্তানে এম আই টিৰ বাবে প্ৰস্তাৱিত…