পৃথিৱীৰ পৰা বিলুপ্তিৰ পথত ১০ লাখ প্ৰজাতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : বিশ্বৰ জৈৱ বৈচিত্ৰ্য অতিকে বিপন্ন হৈ পৰিছে। ফলত গোটেই বিশ্বত প্ৰায় ১০ লাখ প্ৰজাতিৰ প্ৰাণী বিলুপ্তিৰ পথত বুলি জনা গৈছে। জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বিজ্ঞান-নীতি মঞ্চ বা…

শত্ৰুৰ আক্ৰমণ ৰোধিবলৈ কৃত্ৰিম বুদ্ধিমত্তা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কেইবাবছৰ পূৰ্বে আৰম্ভ হৈছিল এই আলোচনা। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নিজৰ মূল্য প্ৰমাণ কৰিছে যে, পাৰমাণৱিক যুদ্ধতকৈ অনাগত দিনত চাইবাৰ যুদ্ধ অধিক ফলপ্ৰসূ হ’বলৈ গৈ আছে। শত্ৰুৰ চাইবাৰ আক্ৰমণ বন্ধ নকৰিলে…

সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতাৰ শুভাৰম্ভ

 "শোণিতপুৰ শিল্পী সমাজ" ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক - সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে স্মৰণ প্ৰতিষ্ঠা কালৰ কাণ্ডাৰী গৰাকীক শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়াক স্মৃতি তৰ্পনেৰে সোঁৱৰণ হেমন্ত কুমাৰ বৰুৱাৰ…

বিক্ষোভত উত্তাল শ্ৰীলংকাৰ ৰাষ্ট্রপতি ভৱনৰ পাকঘৰ আৰু পুল ৰাইজৰ দখলত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : শ্ৰীলংকা পুনৰ অগ্নিময় হৈ উঠিছে। দ্বীপৰাষ্ট্ৰখনৰ ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহ সাধাৰণ লোকে দখল কৰিছে। এফ পিৰ সূত্ৰ অনুসৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ঘৰৰ পৰা পলায়ন…

পুৰুষৰ শৰীৰত জৰায়ু !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : প্ৰস্ৰাৱৰ লগে লগে তেজ ওলাইছিল আৰু তীব্ৰ পেটৰ বিষ হৈছিল। এই লক্ষণবোৰ লৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগে লগে চীনৰ বাসিন্দা চেন লিয়ে গম পালে যে তেওঁৰ দেহত ডিম্বাশয় আৰু জৰায়ু আছে। চকু কপালত তুলিব পৰা কথা। কিন্তু…

সুষম খাদ্যৰ পৰা বঞ্চিত ৯৭ কোটি ভাৰতীয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : সুষম আহাৰ কমেও ৬১% ভাৰতীয়ৰ সাধ্যৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কৰা এক অধ্যয়নৰ পৰা এই তথ্য লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, সংখ্যাৰ হিচাপত ভাৰতৰ প্ৰায় ৯৭ কোটি লোক বৰ্তমান সুষম খাদ্যৰ পৰা বঞ্চিত…

ভাতমুঠি

ডাঃ সুৰজিত গিৰি "ছাৰ, মই মাজুলীৰ কমলাবাৰীৰ পৰা কৈছো।মানুহ এগৰাকীক সকচু সাপে পাঁচ মিনিট মানৰ আগত ভৰিত দংশন কৰিছে।ভৰিটো তেজেৰে লুতুৰি পুতুৰি হৈ আছে।আমি কি কৰো এতিয়া?"শ্ৰী মতী মেদেও শইকীয়া,৬৭ বছৰ কমলাপুৰ,কমলাবাৰী মাজুলীযোৱা ৩ জুলাইৰ…

ক’ভিডত দুজনৰ মৃত্যু, আক্ৰান্তৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি

বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ'নাত আক্ৰান্ত। কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত দুজনৰ মৃত্যু। ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি। ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী…

বন্দী বিশ্ব… (কনস্পিৰেচি গল্প)

ধ্ৰুৱজ্যোতি শইকীয়া অসম (ক) ২০১৭, নিউয়ৰ্ক। চেন্ট্ৰেল পাৰ্কস্থিত সুবৃহৎ পঞ্চতাৰকা হোটেল ৰিজ্জৰ প্ৰেচিডেঞ্চিয়েল চুইট। কাঠৰ সুদৃশ্য দুৱাৰখনত ওলমি আছে এখন ডু নট ডিষ্টাৰ্ব ব'ৰ্ড। ভিতৰৰ পৰা বৈ আহিছে অস্ফুট কণ্ঠস্বৰ। :ছ' হুৱাটচ্ ডা…

নতুন ভাইৰাছে উদ্বেগ বঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কৰ’নাৰ আশংকা এতিয়াও কমি অহা নাই। কিন্তু ইয়াৰ মাজতে আফ্ৰিকা আন এটা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে। যাৰ নাম মাৰ্বাৰ্গ ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, এই ভাইৰাছবিধ অতি সংক্ৰামক। মাৰাত্মকতা প্ৰায় ৮৮…