চন্দ্ৰ গৱেষণাত চীনক লৈ উদ্বেগ প্ৰকাশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : চীনেও এইবাৰ চন্দ্ৰ দাবী কৰিব পাৰে! চীনা জ্যোতিৰ্বিজ্ঞানীসকলে ক’ব পাৰে যে, তেওঁলোকে চন্দ্ৰ দখল কৰিছে। এনে আশংকাৰ বিষয়ে প্ৰকাশ কৰিছে নাছাৰ মুৰব্বীগৰাকীয়ে। কিন্তু নাছাৰ এই দাবী খণ্ডন কৰা হৈছে। কোৱা হৈছে যে,…

হেৰাই গৈছে প্ৰাচীন গছবোৰঃ জলবায়ু পৰিৱৰ্তনৰ পৰিণতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : জলবায়ু পৰিৱৰ্তনে দীৰ্ঘদিন ধৰি বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি আহিছে। গছ-গছনি, বনাঞ্চল ধ্বংস কৰা আদিবোৰ সাধাৰণ কথাৰ দৰে হৈ পৰিছে। পৰিৱৰ্তিত জলবায়ুৰ বাবে গছ-গছনি মৰিছে আৰু বনাঞ্চল ধ্বংস হৈছে তাৰ কাৰণ…

মদৰ বাবে ৩০০ মাইল সাঁতুৰি আহিল ছীল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইয়াত ঘটা কিছুমান ধেমেলীয়া আৰু অদ্ভুত ঘটনাই প্ৰতি মুহূৰ্ততে পৃথিৱীবাসীৰ হৃদয় জয় কৰি আহিছে। একেদৰে ইংলেণ্ডৰ এখন বাৰৰ চাঞ্চল্যকৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ…

আমেৰিকাৰ উপকূলত ধৰা পৰিল নীলা মিছা মাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আমি দেখা বা জনা মিছা মাছৰ ৰং সাধাৰণতে বগা, বাদামী বা ৰঙা হয়। কিন্তু আমেৰিকাৰ প’ৰ্টলেণ্ডৰ উপকূলত এটা মিছা মাছ ধৰা পৰিছে, যিটো মিছা মাছৰ বৰণ নীলা! মিছা মাছটো ধৰা ব্যক্তিজনৰ নাম লাৰ্ছ জোয়ান লাৰ্ছন। মাছটো…

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : কৰ, বিভিন্ন প্ৰকল্পত বিনিয়োগ আদি পৰিস্থিতিৰ বাবে শ্ৰীলংকা মাহৰ পিছত মাহ ধৰি তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছে। মাৰ্চ মাহৰ পৰা শ্ৰীলংকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী জনাই আহিছিল। শেহতীয়া প্ৰতিবাদ…

শৈশৱৰ গৰম বন্ধৰ দিনবোৰ…

 দীপামণি হাজৰিকা বৰুৱাশৈশৱ বুলি ক'লে পলকতে যিকেইখন ছবিয়ে চকুৰ আগত অহা যোৱা কৰি  মনটোক মোহাচ্ছন্ন কৰি তোলে,সেইবোৰৰ ভিতৰত বিদ্যালয়ত গৰম বন্ধ দিয়া দিনটোৰ ছবিখনো এখন । কিমান যে প্ৰস্তুতি! কিমান যে‌ কল্পনা জল্পনা সেই দিনটোৰ…

লখিমপুৰৰ সোৱণশিৰি নদীৰ খাবলু ঘাটত ৯টাকৈ এয়াৰ গান উদ্ধাৰ

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত…

তেজপুৰত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় মুকলি

শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ…

তেজপুৰত ভুৱা সেনা বিষয়া গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯জুলাই: দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এক প্ৰৱঞ্চকক সেনাৰ সহযোগত তেজপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। উল্লেখযোগ্য যে,তেজপুৰ শ'লমৰাৰ জীয়াবুল ইছলাম নামৰ এই ভুৱা সেনা বিষয়াই প্ৰকৃত সেনা বিষয়াৰ দৰে…

তেজপুৰত ৰাজু বৰুৱাৰ গল্প সংকলন “শিৰীষে মাতে, তেজে মাতে” উন্মোচন

চুটি গল্প ঊনবিংশ শতিকাৰ অভিনৱ সৃষ্টি - ড০ ভূপেন শইকীয়াঃ গ্ৰন্থখনে মানুহৰ মৌলিক চিন্তাধাৰাত টুকুৰীয়াই যাব - -বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : এগৰাকী বিশিষ্ট কবি তথা চিন্তাশীল লেখিকা ৰাজু বৰুৱাই বিভিন্ন…