ভাৰতলৈ চীনা খেলনাৰ আমদানি ৭০ শতাংশ হ্ৰাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই: ‘মেক ইন ইণ্ডিয়া কেম্পেইন’ৰ কথা কেইবছৰমান আগলৈকে কোনেও ভাবিবলৈ সাহস কৰা নাছিল। কিন্তু স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰৰ পৰিকল্পনাত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য নিৰ্দিষ্ট হৈ আহিছিল। গলৱান উপত্যকাত উত্তপ্ত…

চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বিজয়ী প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ জুলাইঃ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকাই আজি দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিয়ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয়…

পাচলি বিক্ৰেতা মহিলাই কৰিছে ১১খন দেশ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : তেওঁ বজাৰত শাক-পাচলি বিক্ৰী কৰে। কিন্তু সেই উপাৰ্জনেৰে কেৱল খোৱা-বোৱা কৰি দিনটো পাৰ কৰিবলৈ অনিচ্ছুক ৬১ বছৰ বয়সীয়া মহিলাগৰাকী। তেওঁৰ জীৱনৰ দৰ্শন হৈছে কাম কৰা, ধন সঞ্চয় কৰা আৰু পৃথিৱীখন চোৱা। নাম মলি।…

চুলি সৰা সমস্যাত ভুগিছে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : চুলি সৰাৰ সমস্যাক লৈ সকলোৱে বিচলিত হৈ পৰে। চুলি সৰা বন্ধ কৰিবলৈ আমি কিমান কিযে নকৰোঁ। কোনোবাই অনবৰতে নতুন নতুন সামগ্ৰী ব্যৱহাৰ কৰে, কাৰোবাক পাৰ্লাৰৰ কথা মনত পৰে। চুলি সৰা বন্ধ কৰিবলৈ সকলোৱে এটা বা একাধিক…

দক্ষিণ আফ্ৰিকা অপ্ৰৰোচিত গুলীচালনাত ১৪ জন নিহত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আমেৰিকা আৰু নৰৱেৰ পিছত এইবাৰ দক্ষিণ আফ্ৰিকাত বন্দুকধাৰীৰ আক্ৰমণ। ৯ জুলাই শনিবাৰে গভীৰ নিশা এদল বন্দুকধাৰীয়ে দেশখনৰ নাইট ক্লাবত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৪ জন লোক নিহত হয়। বহু আঘাতপ্ৰাপ্ত হয়। এনে…

ৰাইজৰ বাবে স্বস্তি ! কমিব মূল্যবৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : মুদ্ৰাস্ফীতিৰ বাবে সমগ্ৰ বিশ্ব সাম্প্ৰতিক সময়ত অতি সংকটত পৰিছে। মুদ্ৰাস্ফীতিয়ে এখন দেশৰ অৰ্থনৈতিক আন্তঃগাঁথনিত ব্যাঘাত জন্মাব পাৰে তাৰ এক উদাহৰণ শ্ৰীলংকা আৰু পাকিস্তানৰ শেহতীয়া পৰিস্থিতি। ভাৰতত…

ভাৰতসহ চাৰিখন দেশত ৰাষ্ট্ৰদূত বৰ্খাস্তৰ জাননী জেলেনস্কিৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৯ জুলাইত জাৰ্মানীত কিয়েভৰ ৰাষ্ট্ৰদূতৰ লগতে অন্যান্য শীৰ্ষ বিদেশী ৰাষ্ট্ৰদূতকো বৰ্খাস্ত কৰে। এই কথা ৰাষ্ট্ৰপতিৰ ৱেবছাইটত প্ৰকাশ পাইছে। এক জাননীযোগে তেওঁ…

এটা ছাগলীৰ দাম ৭০ লাখ টকা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আজি বকৰি ঈদ। ইছলাম অনুগামীসকলৰ বাবে ই অন্যতম প্ৰধান উৎসৱ।কোৱা বাহুল্য যে, এই ঈদক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এখন বিশাল ছাগলীৰ ব্যৱসায়ৰ বজাৰ আছে। প্ৰতিবছৰৰ দৰেই ৰায়পুৰৰ বকৰা মন্দি বজাৰত বকৰি ঈদৰ বাবে ক্ৰেতা…

আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ…

বিশ্বৰ একমাত্ৰ চহৰ য’ত নিষিদ্ধ মোবাইল-টিভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে নতুন নতুন প্ৰযুক্তিৰ বিকাশ অহৰহ হৈ আছে। আজি সমগ্ৰ বিশ্ব ডিজিটেল হৈ পৰিছে। সকলোৰে হাতে হাতে স্মাৰ্টফোন আছেই। ঘৰবোৰতো আছে উন্নত প্ৰযুক্তিৰ সামগ্ৰী। কিন্তু এনে সময়তো এনে এখন চহৰ আছে, য’ত কোনেও…