হজ কৰিবলৈ পদব্ৰজে পাৰ হ’ল দহখন দেশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : হজ কৰিবলৈ খোজকাঢ়ি মক্কা পালেহি এজন ব্ৰিটিছ বাসিন্দা। ইংলেণ্ডৰ ৱলভাৰহামপটনৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭৫০০ কিলোমিটাৰ খোজকাঢ়ি গন্তব্যস্থানত উপনীত হয় তেওঁ। তেওঁৰ লক্ষ্য আছিল শান্তি আৰু সমতাৰ বাৰ্তা…
