২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত…
