চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ
ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ…
