চিকাগোত স্বাধীনতা দিৱসৰ অনুষ্ঠানত গুলীচালনা কমেও ৯ জন লোক নিহত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : আমেৰিকাৰ চিকাগোৰ উপকণ্ঠ অঞ্চলত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত আক্ৰমণ বন্দুকধাৰীৰ। এই আক্ৰমণত ৯ জন লোক নিহত হয়। আৰক্ষীৰ তথ্য অনুসৰি এই গুলীচালনাত কমেও ৫৬ জন লোক আহত হয়। চিকাগো আৰক্ষীৰ সূত্ৰ অনুসৰি…

জামুগুৰিহাটত বজ্ৰ পৰি মহিলা নিহত

জামুগুৰিহাট: ৫ জুলাইঃ শোণিতপুৰৰ জামুগুৰিহাটত আজি পুৱা বজ্ৰ পৰি এগৰাকী মহিলা নিহত হয়। মৃত মহিলা গৰাকী জামুগুৰিহাটৰ চিলনীপাম বৰদিকৰাইৰ মঞ্জুলিকা নৰহ (৩০)। পুৱা ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপতিত হয় মহিলা গৰাকীৰ ওপৰত । ৬:৩০ মান বজাত সংঘটিত হয় এই…

দেশৰ ১০ ৰাজ্যত কভিডৰ নতুন ভেৰিয়েণ্টঃ ৬৯ জন আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে নতুন উপপ্ৰজাতিৰ কভিড। ইজৰাইলৰ টেল হাছ’মাৰা চাৰ্ভিচ মেডিকেল চেণ্টাৰৰ ভাইৰ’লজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্বে ফ্লেছনে জানিবলৈ দিয়ামতে ভাৰতত চিনাক্ত কৰা হৈছে কৰ’না ভাইৰাছৰ অতি সংক্ৰমক…

পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ জুলাইঃ ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী,…

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ৰ শীৰ্ষত মেঘালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : মেঘালয়ে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ত ‘বেষ্ট পাৰফৰ্মাৰ’ বঁটা লাভ কৰিছে। মেঘালয়ৰ উপৰি গুজৰাট আৰু কৰ্ণাটককো এই শাখাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ষ্টাৰ্ট-আপ ইক’চিষ্টেমক সমৰ্থন সম্পৰ্কীয় ৰাজ্যসমূহৰ…

ব্ৰিকছত ধৰিব নেকি ভাঙোন?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগ অহাৰ লগে লগে ব্ৰিকছৰ ভিতৰত বিভাজনৰ সম্ভাৱনা বৃদ্ধি পাইছে। একে সময়তে পৰিৱৰ্তিত ভূ-কৌশলগত পৰিস্থিতিৰ লগে লগে ২০০৯ চনত গঠন হোৱা গোটটোৰ মূল কেন্দ্ৰও সলনি হৈছে বুলি যোৱা সপ্তাহত ব্ৰিকছ সন্মিলনৰ পিছত কূটনৈতিক…

তালিবান সেনাধ্যক্ষৰ আজব কাণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : বিধ্বংসী ভূমিকম্পত বিধ্বস্ত আফগানিস্তান। উদ্ধাৰ কাৰ্যৰ নামত কাৰ্যতঃ ঠাট্টা-মস্কৰা কৰি আছে দেশৰ জেহাদী চৰকাৰে। বিধ্বস্ত অঞ্চললৈ খাদ্য আৰু ঔষধ যোগান ধৰিবলৈ পৰ্যাপ্ত বাহন নাই। আহত বহু লোকক এতিয়াও উদ্ধাৰ কৰিব…

সাগৰৰ তলৰ ডিজিটেল মেপিঙৰ কাম চলি আছে

ইউৰোপৰ এক চতুৰ্থাংশৰ সমান মানচিত্ৰ তৈয়াৰ বিজ্ঞানীসকলে উন্মোচন কৰিছে সমুদ্ৰতলৰ ৰহস্য শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : পৃথিৱীৰ সাগৰ আৰু সমুদ্ৰতলৰ বিষয়ে আমি যিমান জ্ঞাত, তাতকৈ হয়তো অধিক জানো চন্দ্ৰ অথবা মংগল গ্ৰহৰ বিষয়ে। আমি মহাসাগৰতকৈ…

২০২২: বিশ্বজুৰি প্ৰথম ছমাহত ৭২ জন সাংবাদিকক-হত্যা

জেনেভা, ৫ জুলাইঃ ২০২২ চনৰ প্ৰথম ছমাহত বৃহৎ সংখ্যক সাংবাদিকক হত্যা কৰাৰ ফলত বিশ্বৰ সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বেলেম কেম্পেইন (পিইচি) স্তম্ভিত হৈ পৰিছে। যোৱা জানুৱাৰী মাহৰ পৰা ১৮খন দেশত ৭২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে…

হোজাইত বান-ক্ষয়ক্ষতি জৰীপৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী…