সংগীত নাটক অকাদেমীৰ দ্বাৰা অভিনৱ থিয়েটাৰৰ নাটকৰ কর্মশালা সামৰণি

উত্তৰ লখিমপুৰ, ৪ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক অকাদেমী, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে…

বিশ্ব যোগাসনত তেজপুৰৰ ডিম্পলৰ সোণৰ পদক অৰ্জন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪জুলাই: গ্ৰীছৰ পৰা ভাৰ্ছুৱেলী পৰিচালিত বিশ্ব যোগাসন ক্ৰীড়া চেম্পিয়ন ২০২২ত তেজপুৰ কুন্দৰাবাৰীৰ ডিম্পল কলিতাই চাব জুনিয়ৰ শাখাৰ পৰম্পৰাগত একক বিভাগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা পহিলা জুলাইত সন্ধিয়া অনলাইন…

গ্ৰহাণুৰ কক্ষপথ সলনিৰ বাবে নাছাৰ পৰীক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : মহাকাশ বিজ্ঞানত নাছাই আৰু এখোজ আগুৱালে। বৰ্তমান নাছাই ৫০০ কিলোগ্ৰাম ওজনৰ গ্ৰহাণু এটাৰ দিশ সলনি কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে নাছাই গ্ৰহাণুটোৰ দিশ সলনি কৰিবলৈ এখন মহাকাশযানো প্ৰেৰণ কৰিছে। নাছাৰ মতে, এই…

বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ সামৰণি

১৪ গৰাকী দাতা পৰিয়ালৰ সদস্যক বাণ থিয়েটাৰৰ সন্মান প্ৰদানঃ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান নগাঁৱৰ "জ্যোতি শিল্প নাট্য দলঃ শ্ৰেষ্ঠ পৰিচালক বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়া শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ জুলাই : ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৮ নাট্য দলৰ…

জলবায়ু পৰিৱৰ্তিত পৰিৱেশত ধানখেতিৰ সম্ভাৱনীয়তা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ জুলাই : জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ২৭ জুনৰ পৰা ২ জুলাইলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ আঞ্চলিক কৃষি…

২০২২ চনত দেশৰ ধন কুবেৰৰ তালিকা কোন কোন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : ভাৰতৰ ধন কুবেৰৰ শীৰ্ষ তালিকাত বোধহয় বহু ধনী মানুহ আছে যাৰ নাম আমাৰ অজ্ঞাত। ইয়াত আমি শীৰ্ষৰ দহজনৰ নাম জানিবলৈ চেষ্টা কৰিম। ২০২২ চনত এইসকল লোকে শীৰ্ষ ধনী লোকৰ স্থান দখল কৰিছে। চাওঁ আহক, কোন কোন আছে এই…

শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত ৰাজ্যজুৰি ‘ভাষা দিৱস’ পালন এজেপিৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুলাই : অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত আজি অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি 'ভাষা দিৱস' কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ…

কঁঠালৰ ইতিহাস…

অৰিন্দম তালুকদাৰ আমি শৈশৱ আৰু কৈশোৰৰ তিনিবছৰমান অসমৰ পশ্চিম প্ৰান্তৰ কোকৰাঝাৰত কটাইছিলো আৰু তেতিয়াই জিভাত লাগিছিল তাহানিৰ গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ ( এতিয়া ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ) কঁঠালৰ সোৱাদ। চাপৰ,বইটামাৰী, বিলাসীপাৰা, কোকৰাঝাৰৰ…

১২ হাজাৰ শ্ৰমিকক চাটাইঃ ষ্টাৰ্টআপৰ ওপৰত বিত্তীয় সংকটৰ প্ৰভাৱ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিত্তীয় সংকটৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আই টি উদ্যোগ। এই বিভাগত চলিত বৰ্ষত কেইবা হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱাইছে। অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভাৰতত চলিত বৰ্ষত ১২ হাজাৰৰো অধিক ষ্টাৰ্ট আপ কৰ্মীয়ে চাকৰি…

ইউক্ৰেইনৰ শেষৰটো ‘দুৰ্গ’ত ৰাছিয়াৰ অভিযান! পতনৰ পথত আন এখন ডাঙৰ চহৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : চাৰিমাহতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ৰাছিয়াৰ আগ্ৰাসনৰ ফলত ইউক্ৰেইনৰ বিভিন্ন চহৰ কাৰ্যতঃ ধ্বংস হৈছে। কিন্তু ৰাছিয়াৰ সেনাই এতিয়াও ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই। এই…