ফোন আঁতৰাই ৰাখক, জীৱন উপভোগ কৰক- মোবাইলৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : প্ৰথমটো ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি তেওঁ সমগ্ৰ বিশ্বতে হৈ চৈৰ সৃষ্টি কৰিছিল। যোৱা শতিকাৰ সত্তৰৰ দশকত মটৰ’লা ডাইনেটেক ৬০০০এক্সৰ পৰা আৰম্ভ হোৱা যাত্ৰাই আজিৰ পৃথিৱীখন সলনি কৰি পেলাইছে। সেই মোবাইল ফোনৰ অন্যতম…

এল’ৰ্ডা কাপৰ ফাইনেলত যমুনা বড়ো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে ৩ জুলাই দেওবাৰে কাজাখাস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত এল’ৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ কৰে কাজাখাস্তানৰ অনেল ছাকিছক হৰুৱাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা…

মহাভাৰতৰ ইংৰাজ কথক পিটাৰ ব্ৰুকৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত এইজন ইংৰাজী থিয়েটাৰ আৰু চিনেমা পৰিচালকৰ বয়স আছিল ৯৮ বছৰ। পেৰিছত তেওঁৰ মৃত্যু হোৱা বুলি ৩ জুন দেওবাৰে খবৰ প্ৰকাশ পাইছে। ব্ৰুকৰ জন্ম হৈছিল ১৯২৫ চনত। ১৯৫০ চনৰ আৰম্ভণিৰ…

সাৱধানঃ চাইবাৰ ক্ৰাইমৰ পাশত আপুনিও পৰিব পাৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই : ডিজিটেল ইণ্ডিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এটা ভাৰ্চুৱেল সপোনৰ জৰিয়তে দেশখনক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব বিচাৰিছে। প্ৰধানমন্ত্ৰীৰ এই সপোন কেতিয়া সফল হ’ব সেয়া সময়েহে ক’ব। কিন্তু আধুনিকতাৰ…

সকলোৱেই ক’ৰবাত আৰম্ভ কৰে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই: তেওঁৰ নাম তৃতীয় উইলিয়াম হেনৰী গেটছ, কিন্তু সেই নামেৰে তেওঁক কোনেও চিনি পোৱা যেন নালাগে। তেওঁক সকলোৱে বিল গেটছ বুলিহে চিনি পায়। এই নামটোৱে সদায়েই উত্তেজনাৰ সৃষ্টি কৰি আহিছে। তেওঁ কৰা অসম্ভৱ কামৰ বাবে সকলো…

চুবুৰীয়া ৰাষ্ট্ৰই বিয়পাইছে ক’ৰনা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই: উত্তৰ কোৰিয়াত দিনে-নিশাই নানা ধৰণৰ অদ্ভুত ঘটনা ঘটে! একনায়কত্ববাদী কিম জং উনৰ ৰাজত্বকালত দেশখনৰ বাসিন্দাসকলে যেন শান্তিৰে নিশ্বাসো ত্যাগ কৰিব নোৱাৰে। তেওঁ নিজৰ সকলো অদ্ভুত আইন নাগৰিকৰ ওপৰত জাপি দিয়ে। সেই…

আজি যদি মনবৰ ডাক্তৰ থাকিলহেঁতেন…

দীপামণি হাজৰিকা বৰুৱা জীৱনৰ সমস্যাবিলাকক বুজি পোৱাৰে পৰা এতিয়ালৈকে যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ, নিজক উদঙাই দেখুৱাইছোঁ, যিমানখিনি মানুহ ছাঁ হৈ আশে পাশে আছে, সেইসকলৰ ভিতৰত চিকিৎসক সকলৰ ঠাই মোৰ বাবে শিক্ষাগুৰুসকলৰ পাছতেই। ভাবিবলৈকে ভয়…

তেজপুৰ বিহগুৰিৰ অষ্টম আৰু নৱম শ্ৰেণীৰ দুই ছাত্ৰী নিৰুদ্দেশকলৈ ৰহস্য

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২ জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বিহগুৰি আৰক্ষী চকীৰ অন্তগত  বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰী দুদিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । ৩০জুনৰ পুৱা ১০…

তিনিচুকীয়াৰ বান সাহা়য্য শিবিৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়াত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেইবাটাও সাহা়য্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা ৰাইজৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰী তেলীয়ে বানত…

অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষৰ আৰম্ভণি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২জুলাইঃ ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ সতে সংগতি ৰাখি আজি তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত এই বিশেষ কাৰ্যসূচী উদযাপন কৰে জিলাখনৰ সাংবাদিক সংগঠনটোৱে।ইউনিয়নৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত…