কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক আগন্তুক দুটা বছৰৰ ভিতৰত অধিক বিজ্ঞান সন্মত ভাবে অত্যাধুনিক ৰূপত গঢ়ি তোলা হ'ব বুলি আজি বিয়লি বাণ থিয়েটাৰত মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উল্লেখ্য যে,…

মিছামাৰী সেনা চৌহদত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তী নিহত 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২জুলাইঃ কালি পুৱতি নিশা মিছামাৰীত নিহত হৈছে এটা কম বয়সীয়া দঁতাল হাতী। আজি পোহৰলৈ অহা তথ্য অনুসৰি মিছামাৰীৰ কালামাটি বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য…

সঁচা-মিছাৰ দোমোজাত মঙল গ্ৰহ যাত্ৰাত কাৰ্ছন !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : এলিছা কাৰ্ছনে মংগল গ্ৰহত ভৰি দিবলৈ যাব বুলি বহু পোষ্টত দাবী কৰা হৈছে। বিভিন্ন ঠাইত দাবী কৰা হৈছে যে, ২০ বছৰীয়া এলিছাই নিজকে মংগল অভিযানৰ বাবে সাজু কৰি আছে। মংগল গ্ৰহত উপনীত হোৱাৰ পিছত তেওঁ পৃথিৱীলৈ ঘূৰি…

কইনা যেতিয়া ঘঁৰিয়াল হয়…এখন বিশেষ বিয়া

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : প্ৰতিটো সম্প্ৰদায়ৰ নিজা আচাৰ-অনুষ্ঠান আছে, যিবোৰ বহু বাহিৰৰ লোকৰ বাবে অদ্ভুত যেন লাগিব পাৰে। একেধৰণৰ ‘আচৰিত’ কাণ্ডত মেক্সিকোৰ এখন সৰু চহৰৰ মেয়ৰে ঘঁৰিয়াল বিয়া কৰাইছে। হয়, আপুনি ঠিকেই পঢ়িছে। এই আচৰিত…

 কঁঠালৰ বতৰত জানি লওক উপকাৰিতা আৰু অপকাৰিতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : এতিয়া কঁঠালৰ বতৰ। বহুতৰেই প্ৰিয় এই কঁঠাল। কেৱল মুখৰ জুতিৰ ক্ষেত্ৰতেই নহয়, কঁঠাল বা জেকফ্ৰুটক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কঁঠালত বহু পুষ্টিকৰ উপাদান থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ…

টকাৰ অৱমূল্যায়ন ৰোধৰ প্ৰচেষ্টাত চৰকাৰ সফল হ’বনে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ  বিগত কেইমাহমান ধৰি আমেৰিকান ডলাৰৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে । ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰতো পৰিছে । প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে কেইমাহমান আগলৈকে ৭৫-৭৬ টকা হৈ থকা ভাৰতীয় টকাৰ…

জ্ঞান অসমক “অমৰ মৃতক” ঘোষণা আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাইঃ ভাৰতীয় সেনাৰ এক অভিযানত ১ জুলাইত কাকপথাৰত নিহত হোৱা আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট (মৰণোত্তৰ) জ্ঞান অসম ওৰফে সন্তোষ গগৈক "অমৰ মৃতক"ঘোষণা কৰা হৈছে। আলফা স্বাধীনৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসমে "শতাব্দ"লৈ এক ই…

বিশ্বনাথত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, বিশনাথ চাৰিআলি ১ জুলাইঃ আজি বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ ভৱনত ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য শিতানত নেপালী ভাষাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ…

তেজপুৰৰ দুই শিশু দবা খেলুৱৈৰ কৃতিত্ব 

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১ জুলাইঃ যোৱা ২৯ জুনত অনুষ্ঠিত হোৱা সদৌ অসম জিলা ভিত্তিক দবা প্ৰতিযোগিতাত তেজপুৰৰ তানিক্সা বৰঠাকুৰে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি ১৯ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ লগতে একেই ২৯ জুনত হৈ যোৱা…

তেজপুৰত  বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় নৃত্য শিল্পী বিপুল দাস

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ জুলাইঃ তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক একাদেমীৰ অৰ্থ সাহায্যত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুদ্ৰ বৰুৱা সংগীত…