মিছামাৰী সেনা চৌহদত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তী নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২জুলাইঃ কালি পুৱতি নিশা মিছামাৰীত নিহত হৈছে এটা কম বয়সীয়া দঁতাল হাতী। আজি পোহৰলৈ অহা তথ্য অনুসৰি মিছামাৰীৰ কালামাটি বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য…
