তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপুখুৰী অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে শিৱশক্তি আটা মিলৰ সমীপৱৰ্তী মণিৰুল হক নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ…
