ইলাচি উৎপাদনঃ উত্তৰ-পূবৰ আঠ খেতিয়কলৈ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইলাচি কৃষকসকলে মছলাৰ উৎপাদনত উল্লেখনীয় অগ্ৰগতি লাভ কৰাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগাইছে। এই প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে আজি ৩০ জুনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ জন খেতিয়কক…

গুৱাহাটীত স্থাপন হ’ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ণ গৱেষণাগাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৩০ জুনঃ ৰাজ্য চৰকাৰ আৰু স্পাইছ বৰ্ডে যুটীয়াভাৱে মচলাখণ্ডত আন্তঃগাঠনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মচলা উদ্যেগৰ বিকাশৰ বাবে গুৱাহাটীত স্থাপন কৰা হ'ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ন কৰাৰ বাবে গৱেষণাগাৰ তথা…

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ 

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩০ জুনঃ সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো সদৌ ধেমাজি জিলা ছাত্র সন্থাই অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য,…

কেবিনেটত অনুমোদিত ৩৮৫ কোটি টকীয়া সোৱণশিৰি নদীৰ ‘ঘূনাসুঁতি দলঙ’ক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৩০ জুনঃ বহু প্রত্যাশিত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা ২.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘুনাসুঁতি দলংখনক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কর্তৃপক্ষই দুটা স্থানেৰে দলংখনৰ নিৰ্মাণৰ সন্দৰ্ভত চাৰ্ভে…

মণিপুৰত ভয়াৱহ ভূমিস্খলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ মণিপুৰত ভয়ানক ভূমিস্খলন। ৰাজ্যখনৰ নোনী জিলাত সংঘটিত ভূমিস্খলনত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে ১৩ জন লোক। ২৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সেনাই আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। স্থানীয়…

পুটিন যদি মহিলা হ’লহেঁতেন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন: নাটোৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন মাদ্ৰিদলৈ ৰাওনা হৈছে। এই প্ৰেক্ষাপটত তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ এক আচৰিত মন্তব্য কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এগৰাকী মহিলা…

বাকলিৰ সৈতেই খাওক শাক-পাচলি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ শাক-পাচলিৰ বজাৰৰ পৰা অনাৰ পিছত ভালদৰে ধুই প্ৰথমে বাকলি গুচাই লোৱা হয়। তাৰ পিছতহে সিজোৱা হয়। এইটো এক নিয়ম। কিন্তু, আপুনি জানেনে যে এইটো কৰিলে নিজৰেই বহু ক্ষতি হয়? এনে বহু শাক-পাচলিৰ বাকলিত একাধিক পুষ্টিকৰ…

ৰোগে জুৰুলা কৰিছে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ ৰাতিপুৱা খালী পেটত হালধি খালে এটাতকৈ অধিক ৰোগৰ সম্ভাৱনা নোহোৱা হয়! পুষ্টিবিদসকলৰ মতে, এন্টিবায়টিক আৰু এন্টি-অক্সিডেন্টেৰে ভৰপূৰ বহু শাক-পাচলি সঁচাকৈয়ে শৰীৰৰ বাবে উপকাৰী। খালী পেটত হালধি খালে শৰীৰ…

পৰীক্ষামূলক উৎক্ষেপণত সফল ‘অভ্যাস’!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : ২৯ জুন বুধবাৰে ভাৰতৰ মাটিত নিৰ্মিত তীব্ৰবেগী সম্প্ৰসাৰণযোগ্য আকাশী লক্ষ্য ‘হেবিট’ৰ সফল উৎক্ষেপণ কৰা হয়। উৰিষ্যাৰ চণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা ডি আৰ ডি অ’ই এই উৎক্ষেপণ কৰে। এই পদক্ষেপৰ লগে লগে…

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত এইবাৰ ঘোষণা কৰা হৈছে দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অহা ৮ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। একেদিনাই ভোট গণনা কৰা হ’ব। অৰ্থাৎ ৮…