১৮ জুলাইৰ পৰা বহু সামগ্ৰীৰ কৰ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : ২৯ জুন বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত অনুষ্ঠিত হয় ৪৭ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক। সেই সভাই একাধিক বস্তুৰ ওপৰত কিছু কৰ পৰিৱৰ্তনত অনুমোদন জনায়। ৰাজহ সচিব তৰুণ বাজাজৰ…

সেনাৰ হাতত ৪৭০০ স্নাইপাৰ ৰাইফল, ৬ লাখ গুলী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : অধিক শক্তিশালী হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনী। জানিব পৰা মতে, ৪৫০ কোটিৰো অধিক ব্যয় সাপেক্ষে ৪৮০০ৰো অধিক স্নাইপাৰ ৰাইফল ক্ৰয় কৰাৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জুন মাহত প্ৰতিৰক্ষা ক্ৰয় ব’ৰ্ডে…

অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ

উত্তৰ লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত  ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’'২০২২”  অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি নাট্য সমাৰোহৰ শুভ উদ্বোধন কৰে…

টাই-আহোম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি গঠন

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৯ জুনঃ অসমৰ অন্যতম জনগোষ্ঠী টাই-আহোমসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে সততে সৰৱ হৈ উঠা টাই-আহোম যুৱ পৰিষদ চমুকৈ “টাইপা”ৰ ধেমাজি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় । নৱগঠিত সমিতিখনে আজি ঐতিহাসিক হাবুঙত শপত গ্ৰহণ কৰি…

অৰুণাচলত দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন সেনাৰ চুবেদাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৯জুন: দেশৰ নিৰাপত্তাৰ বাবে কৰ্তব্য পালনৰ সময়তে প্ৰতিকূল বতৰৰ মাজত দেশৰ সেনাৰ এগৰাকী চুবেদাৰ এক শোকাবহ দুৰ্ঘটনাৰ সন্মুখীন হৈ যোৱা তিনিদিনে নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এইগৰাকী সেনা জোৱানৰ সন্ধানত বৃহৎ উদ্ধাৰ অভিযান…

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক আনন্ত লাল…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ জুন: আজি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে  শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় । লগতে, বৰছলা বিধায়ক গণেশ লিম্বু, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,…

মেডিকেল কলেজৰ MBBS আৰু PGৰ আসন আৰু খালী নাথাকিব!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে মেডিকেল কলেজত আসন খালী হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। জানিব পৰা মতে, এতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এনে নীতি গ্ৰহণ কৰিছে যাৰ ফলত নামভৰ্তিৰ শেষ তাৰিখলৈকে খালী হোৱাৰ…

নিয়মিত চেনি খায় আপুনি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ বিভিন্ন সময়ত বিশেষজ্ঞসকলে কয় যে, ওজন কমাবলৈ বা সুস্বাস্থ্য ৰক্ষাৰ বাবে চেনি সদায় নিষিদ্ধ। ইফালে চেনিবিহীন চাহ বা মিঠাই অবিহনে খাদ্য খোৱাটো অতি কঠিন। সেইবাবেই সকলোৱে চেনি খায়। আৰু এই কথা পাহৰি…

ৰোগীৰ পেটত ওলাল ২৪০টা মুদ্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ প্ৰায় ২৪০ টা মুদ্ৰা, নখৰ টুকুৰা, বেটাৰী, চুম্বক, স্ক্ৰু, কাঁচৰ টুকুৰা! নাই, জাবৰ-জোঁথৰ বা ডাষ্টবিন নহয় এয়া। এয়া এজন ৰোগীৰ পেটহে। এই সকলোবোৰ এজন ব্যক্তিৰ পেটত উদ্ধাৰ হৈছে। যিটো ঘটনাত আচৰিত হৈ পৰিছে…

সাংবাদিকসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া উচিতঃ ৰাষ্ট্ৰসংঘ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক ধৰ্মীয় আৱেগক আঘাত কৰা আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। সংগঠনটোৰ মুখপাত্ৰ এণ্টনিঅ’ গুটেৰেছে…