গেৰুকামুখত এন এইচ পি চিৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ বান পৰিস্থিতি ক্রমান্বয়ে জটিলৰ দিশে গতি কৰিছে। গেৰুকামুখত নির্মীয়মান ২০০০ মেগাৱাট বিদ্যুৎশক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা নিশাৰ পৰা পানী বাগৰিবলৈ লোৱাত…
