লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাঃ দুই নাৰ্চক নিলম্বন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনিৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আজি দুগৰাকী নাৰ্চক নিলম্বন কৰা…
