বানত ক্ষতিগ্ৰস্ত বহু মীন পালক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭জুনঃ বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ যেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিলে একেদৰেই মীন পালকসকলৰো অত্যধিক লোকচানৰ সন্মূখীন কৰিছে। চৰকাৰী তথ্যৰ তুলনাত এই লোকচান অধিক ব্যাপক মাত্ৰাত হোৱা বুলি স্থানীয়…

শোণিতপুৰৰ বানবিধস্ত অঞ্চলত সাহায্য পৰ্যাপ্ত হোৱা নাই-উপায়ুক্তক স্মাৰক পত্ৰ এছ ইউ চি আইৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৭জুনঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক সমিতিয়ে ২৩ জুনৰ পৰা ২৯ জুনলৈকে আহ্বান জনোৱা দাবী সপ্তাহ পালনৰ অংশ হিচাপে দলৰ শোণিতপুৰ জিলা সমিতিৰ…

লখিমপুৰত শিক্ষা- ধৰ্মীয় অনুষ্ঠানৰ কাষতে সুৰাৰ বাৰ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ লখিমপুৰ জিলাত চৰকাৰী অনুজ্ঞাপত্ৰ লৈ বিভিন্ন অঞ্চলত ব্যৱসায় চলাই থকা সুৰাৰ বাৰসমূহৰ স্বতাধিকাৰীসকলে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। সম্প্রতি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ,…

লখিমপুৰত ই-ৰিক্সা চালকৰ দৌৰাত্ম

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ বিগত কিছু দিনৰ পৰা লখিমপুৰ নগৰত একাংশ ই-ৰিক্সাই তীব্র যান-যঁটৰ সৃষ্টি কৰি অহাৰ লগতে একাংশ চালকে ম‍ইমতালিৰে ই-ৰিক্সা চলাবলৈ লোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ নগৰখনত ই-ৰিক্সাৰ দৌৰাত্ম দিনক…

চিঠি- প্রেমপত্র লিখন ঘূৰি আহিছে জাপানীৰ মাজলৈ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : গোটেই বিশ্ব যি সময়ত বিয়া, প্রেম বা অনেক ক্ষেত্রত 'লিভ ইন' সম্পর্কৰ বাবে অনলাইন ডেটিং এপৰ ওপৰত নির্ভৰশীল, সেই সময়ত সম্পূর্ণ অন্য পথেৰে আগবাঢ়িছে জাপান। সম্প্রতি সেই দেশত আৰম্ভ হৈছে প্রেমপত্র লিখাৰ মাধ্যমেৰে…

লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ…

তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুন শাখা মুকলি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ জুন : দেশ তথা ৰাজ্যৰ অন্যতম মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি “ড্ৰাগছৰ অপব্যৱহাৰ-অবৈধ সৰবৰাহ বিৰোধ আৰু আফিঙৰ ক্ৰিয়া প্ৰেৰক চিকিৎসা সেৱা…

বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক কঠিয়াৰ নাৰ্চাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৭ জুন : ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিষহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাবে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ…

 ১০০% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্যত অসমৰ ভিতৰতে শীৰ্ষত মাজুলী জিলা

শতাব্দ প্ৰতিনিধি,মাজুলী,২৭জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত মাজুলী জিলাৰ সামগ্ৰিক ফলাফল সন্তোষজনক বুলি ক'ব পাৰি। মাজুলীৰ মুঠ ১৩ টা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ তিনিও শাখাতে মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী হৈছে ২,০৫১ গৰাকী।…

৫ দিন পূৰ্বে মৰমৰ আইতাকক হেৰুৱা তিনিচুকীয়াৰ চেৰী উজলিল কলা শাখাৰ প্ৰথম স্থানত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতি…