ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ
মেট্ৰিকতো দ্বিতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা বিজ্ঞানত দ্বিতীয় স্থান
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ কৃতী ছাত্ৰী…
