৩২ বছৰ বয়সতে ১০খন প্রাইভেট জেটৰ গৰাকীঃ কেন্সাৰক হৰুৱাই অদম্য কণিকা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বয়স তেতিয়া মাত্র ২২ বছৰ। ব্যৱসায়ৰ পোক সোমাল কণিকা টেকৰিৱালৰ মূৰত। যেনে ভাবনা, তেনে কাম। নামি পৰিল ব্যৱসায়ত। ব্যৱসায়টো কিহৰ? প্রাইভেট জেট বিমানৰ ! ২২ বছৰ বয়সত ষ্টার্ট-আপ ব্যৱসায়। সেয়াও আকৌ প্রাইভেট জেটৰ…
