কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা
উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি…
