মন্ত্ৰী কিষাণৰ বাধাত স্তিমিত তিনিচুকীয়াৰ উচ্ছেদ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুনঃ অৱশেষত ৰাজনৈতিক পাকচক্ৰত স্তব্ধ হ’ল বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলা তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ উচ্ছেদ অভিযান । বহিৰাগত ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল…
