কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত
শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম…
