স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই 

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাটৰ, ২০ জুনঃ আজি বিষ্ণু ৰাভা দিৱস। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু উলহ মালহৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস। জামুগুৰিহাটৰ গেৰেলুৱাচুকত বিকাশজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ মুখ্য অতিথি…

যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত কলাগুৰুক স্মৰণ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ জুনঃ  অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা সাম্য মৈত্ৰীৰ এখন শ্ৰেণীহীন সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা সৈনিক শিল্পী কলাগুৰুক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা হয় । যোৰহাট জিলা সাহিত্য সভা আৰু তিতাবৰ…

খোজ (কবিতা)

অসীম দিহিঙ্গীয়াআইৰ সুকোমল বুকুত চিকাৰী শেনৰ দুৰন্ত নখৰ আঁচোৰ, ৰক্তস্নাতা হ'ল আই মোৰৰাজপথত ৰক্তৰ কৰাল খোজতো পেলাওঁ ক'ত ? মলয়া আৰুতো মলয়া নাই গলিত নৰদেহৰ গন্ধৰে চৌদিশ উপচি পৰিছে, উশাহ লওঁ ক'ত?ছহিদৰ পৱিত্ৰ ৰক্তস্নাতা…

কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত

শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে।  ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম…

ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা

বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয়…

অম্বুবাচী মেলা সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২০ জুনঃ স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব  অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা…

সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ

গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণমনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ…

চুইছ বেংকত কিয় ধন জমা ৰাখে ভাৰতীয়ই

বেদব্ৰত বৰা ক'ভিডকালীন পৰিস্থিতিৰ পিছত দেশত মুদ্ৰাস্ফীতি বাঢ়িছে। টকাৰ মূল্য লাহে লাহে হ্ৰাস পাইছে আৰু সাধাৰণ মানুহে ক্ৰয় ক্ষমতা হেৰুৱাইছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা কাৰকসমূহ বহু অৰ্থনীতিবিদে ইতিমধ্যে বিশ্লেষণ কৰিছে। চৰকাৰে বিশেষকৈ…

লখিপুৰত ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতক বিক্ৰী-হস্তান্তৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২০ জুনঃ লখিমপুৰ জিলাত ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগত অনাঅসমীয়া ব্যবসায়ীয়ে বেদখল কৰাৰ লগতে এনে ভূমি বিক্ৰী আৰু হস্তান্তৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম ট্রাইবেল সংঘৰ লগতে সদৌ অসম ট্রাইবেল ইউথ লীগ।…

জিলা উপায়ুক্তৰে পৰ্যালোচনা বৈঠকত খঙত অগ্নিশৰ্মা কিয় হ’ল মুখ্যমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ জুনঃ বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক। জিলা উপায়ুক্তসকলৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে। বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী শৰ্মা।…