তেজপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া কৰ্মচাৰী আৰু ঠিকাদাৰ ফাৰ্মৰ বিয়াগোম জালিয়াতি

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২১জুন: তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অনিয়মীয়া কনিষ্ঠ অভিযন্তাই এটা ঠিকাদাৰ প্ৰতিষ্ঠানক কোনো কাম নকৰাকৈয়ে প্ৰায় এক কোটি ৬২লাখ টকাৰ কাম তেজপুৰত সম্পূৰ্ণ কৰাই নহয়,সেই ধন আদায় পোৱা বুলি প্ৰমাণ পত্ৰ দিয়া আৰু…

গোগামুখ কলেজত যোগ দিবস পালন

গোগামুখ, ২১ জুনঃ ধেমাজিৰ এখন অগ্ৰণী কলেজ গোগামুখ মহাবিদ্যালয়ত আজি বিশ্ব যোগ দিবসৰ লগত সঙ্গতি ৰাখি আন্তৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয় । গোগামুখ কলেজৰ এনএচএচ গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি- ঢকুৱাখনা মণ্ডলৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত…

জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম

মুক্তাৰ আলী অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ'ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয়…

ডিব্ৰুগড়ত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২১ জুনঃ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য আৰু…

চাইকেলৰ গতি ঘণ্টাত ৫৮.২৫৪ কিলোমিটাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : আক্ষৰিক অর্থতেই গতিত ধুমুহা নমাই ব্রঞ্জ জিকিলে ৰোণাল্ডোৱে। যদিও এওঁ ক্রিষ্টিয়ানো ৰোণাল্ডো নহয়। ভাৰতৰ ৰোণাল্ডো সিঙে ধুমুহাৰ গতিত চাইকেল চলাই ব্রঞ্জৰ পদক উপহাৰ দিলে দেশক। দিল্লীৰ ইন্দিৰা গান্ধী স্পর্টছ…

সকলোতকৈ শান্তিৰ দেশ আইচলেণ্ড

অশান্তিৰ দেশ আফগানিস্তানশতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : বিশ্বৰ কিছুমান দেশত বিৰাজ কৰে শান্তি, কিছুমান দেশত কিন্তু ঘোৰ অশান্তি। সেই হিচাবেই সেই দেশৰ জনতাই তাৰ প্রতিক্রিয়া জনায়। শান্তি বা অশান্তিৰ চেহেৰা জনগণৰ আচৰণ আৰু সংশ্লিষ্ট দেশৰ…

ইউক্ৰেইনৰ শিশুক সহায়ৰ বাবে নোবেল পদক বিক্ৰী কৰিব ৰুছ সাংবাদিকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : ইউক্ৰেইনত চলি থকা যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সাংবাদিক দিমিত্ৰী মুৰাটভে (Dmitry Muratov) নিজৰ নোবেল শান্তি বঁটাৰ পদক নিলাম কৰাৰ সিদ্ধান্ত লৈছে। ২০২১ চনত এই সন্মানীয় বঁটা…

স্বাধীন অসমৰ বেলিমাৰৰ ২০০ বছৰঃ হাদিৰাচকী ৰণৰ সোঁৱৰণ

দাদুল দেৱকৃষ্ণ বৰুৱা"সিদিনা আছিল ২১ জুন, ১৮২২ খৃষ্টাব্দ, পুৱা পাঁচ বাজিবলৈ পাঁচমিনিট সময় মাত্ৰ বাকী। মিঙ্গিমাহা বান্দুলাই উজনি অসম আৰু গুৱাহাটী অধিকাৰ কৰাত অসমৰ স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ মহাৰাজে সসৈন্যে আহি হাদিৰাচকীত থানা…

তেজপুৰত দিব্যাংগ হিতাধিকাৰীক সামগ্ৰী বিতৰণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ এ ডি আই পি আচঁনিৰ অধীনত শোণিতপুৰ জিলা প্ৰশাসনে অলিমক’ৰ সহযোগত আজি তেজপুৰ স্থিত কলাগুৰু সংগীত মহাবিদ্যালয় প্ৰাঙ্গনত "সামাজিক অধিকাৰ শিব‍িৰ"…

ঢেকিয়াজুলি,বৰছলাত খহনীয়াৰ আতংক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু বৰছলাত গাভৰু আৰু  বেলশিৰি নৈৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে,বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত অঞ্চলত ইতিমধ্যে বহুকেটা পথ আৰু কালভাৰ্ট ছিঙি পেলোৱা এই বান…