তুমি সদায় আছা, সদায় থাকিবা (শ্ৰদ্ধাৰ্ঘ বিষ্ণু প্ৰসাদ ৰাভা)
ৰূপম বৰাবিপ্লৱৰ অগ্নি বাণীৰে
চিঙি দিয়া দাসত্বৰ লোৰ জিঞ্জিৰী
শোষিত, নিষ্পেষিত,দীন দুখীয়াৰ দুৱাৰে দুৱাৰে
বিলাই দিয়া স্বাধিকাৰৰ শ্লোগান।হে বীৰ , অধিনায়ক বিষ্ণু ৰাভা
ডালিমীৰ শান্তি শায়িত কোলাত বিশ্ৰামৰ ঘুমুতিৰে
বোৱাই দিয়া…
