বিষ্ণু ৰাভা বঁটাকে ধৰি একাধিক চৰকাৰী বঁটাৰ প্ৰাপকৰ নাম ঘোষণা

'বিষ্ণু ৰাভা বঁটা' প্ৰাপক নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈ শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ঘোষণা কৰা…

নিৰ্বাচনত দুটা সমষ্টিৰ পৰা একেজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতাত নিষেধাজ্ঞা আৰোপ হোৱাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ জুন : যি সকল প্ৰাৰ্থীয়ে লোকসভা, বিধানসভা বা আন কোনো প্ৰত্যক্ষ নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে বা কৰাৰ ইচ্ছা পোষণ কৰি ৰাখিছে, শীঘ্ৰেই হয়তো তেওঁলোকৰ আশাত চেঁচাপানী পৰিব। দুটা সমষ্টিৰ পৰা একেসময়তে…

দেশত ‘অগ্নিপথ’ৰ দাবানলঃ কেৱল বিহাৰতেই ৰে’ল বিভাগৰ ২০০ কোটি টকাৰ ক্ষতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুন : অগ্নিপথ প্রকল্পক ঘেৰি দেশত এতিয়া অগ্নিগর্ভ পৰিস্থিতি। সেনা বাহিনীত নিয়োগৰ নতুন নিয়মৰ প্রতিবাদত প্রবল বিক্ষোভ চলিছে গোটেই দেশজুৰি। সকলোতকৈ বেয়া অৱস্থা বিহাৰ আৰু উত্তৰ প্রদেশত। কেৱল বিহাৰতেই আন্দোলনকাৰীৰ…

যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী

মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।…

অগ্নিপথঃ উত্তাল দেশত এটা এটাকৈ নিয়ম শিথিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃঅগ্নিপথ আঁচনিক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এটা এটাকৈ নিয়ম শিথিল কৰি আছে। অগ্নিপথ আঁচনিত সেনাবাহিনীৰ বাবে ১০ শতাংশ সংৰক্ষণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে…

কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে

মুক্তাৰ আলী অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ…

সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ

উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…

প্ৰকৃতিৰ ৰুষ্ট ৰূপ আৰু আমাৰ কৰণীয়

বিমল বৰগোহাঁই বাৰিষা বতৰ অহাৰ লগে লগেই যেন নৈপৰীয়া ৰাইজৰ মনবোৰ ভয় আৰু শংকাই আৱৰি ধৰে। বানপানী, গৰা-খহনীয়া, মথাউৰি চিঙা আদিবোৰ যেন তেওঁলোকৰ বাবে সাধাৰণ ঘটনা হৈ পৰিছে। ঠিক সেইদৰে পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেও ভূমিস্খলন আৰু তাৰপাছত…

ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক "পকী" ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ…

ছুইচ বেংকত বাঢ়িছে ভাৰতীয়ৰ টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : ভাৰতীয়ই ছুইচ বেংকত ৰখা টকাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত ১৪ বছৰৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণৰ টকা ছুইচ বেংকত ৰাখিছে ২০২১ চনত। ভাৰতীয় ব্যক্তি আৰু সংস্থাবোৰে বিভিন্ন ছুইচ বেংকত ৰখা টকাৰ মুঠ পৰিমাণ…