যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী
মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।…
