শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয়…
