মেঘালয়ত ভয়াৱহ ভূমিস্খলন, বৰাকৰে যোগাযোগ বিচ্ছিন্ন
ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ ট্ৰাক। ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। স্থলপথৰ যোগাযোগ বৰাক, ত্ৰিপুৰা,…
