তেজপুৰত পথ দুৰ্ঘটনাত সৰবৰহী ছাত্ৰনেতা নিহত
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুন: যোৱা নিশা তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় কৰ্মী তথা স্থানীয় পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়া(২৪) নিহত হয়।তেজপুৰৰ বাম পৰ্বতীয়া নিবাসী অনন্ত…
