ভাৰতক চাপত ৰখাৰ বুদ্ধি ! পাৰমাণৱিক অস্ত্র আধুনিকীকৰণ চীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুন : বিগত কেইবাটাও বছৰত ভাৰতে প্রতিৰক্ষা বিভাগ অনেক উন্নত হৈছে। নতুন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে সামৰিক বিভাগত। তদুপৰি অত্যাধুনিক সৰঞ্জামেৰে ভাৰতৰ সেনাবাহিনী সজাই তোলা হৈছে। কিন্তু তাৰ পিছতো দুঃশ্চিন্তাই পিছ এৰা…

তিনিটা ভাষাত সাহিত্য সৃষ্টি কৰা ৮ বছৰীয়া কুঁহি চেতিয়াৰ তৃতীয়খন গ্ৰন্থ ‘Little Star’ 

মুক্তাৰ আলী Little Star' শিশু লেখিকা কুঁহি চেতিয়াৰ তৃতীয়খন সদ্য প্ৰকাশিত শিশু উপযোগী গ্ৰন্থ।মূলতঃ গল্প সংকলন Little Star ত সন্নিৱিষ্ট হৈছে দহোটাকৈ চুটি গল্প।শিশু লেখিকা হিচাপে ৰচনাৰ সৰলতা থাকিলেও প্ৰতিটো গল্পতেই নিহিত হৈ আছে একোটাকৈ মহান…

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ১৪ জুনঃ  লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ জুনত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ ,I.Q.A.C আৰু ধেমাজি জিলাৰ জনস্বাস্থ‍্য ও  কাৰিকৰী বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত সমল ব্যক্তি…

দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ'লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন - ড° যোগেন চন্দ্র কলিতা, অধ্যাপক,…

ক্ৰাইম ব্ৰাঞ্চৰ নাম লৈ ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক। লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান…

২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা…

গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া নাৰ্চেই হৰ্তা কৰ্তা বিধাতা

অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ'ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ  নামতহে আছে চিকিৎসকঃ অ' পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক…

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা কেন্দ্ৰত চাৰিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪ জুন, তেজপুৰ বিশ্ববিদ্যালয়ত আজি চাৰিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিনোদ কুমাৰ জৈনে। সন্মানীয় অতিথি হিচাপে…

দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ

সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল'লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত…