চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিঃ ৯৬খন যুদ্ধবিমান তৈয়াৰ হ’ব দেশত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বাধীন আত্মনির্ভৰ ভাৰত প্রকল্পৰ বাবে এক বৃহৎ পদক্ষেপ লৈছে ভাৰতীয় বিমান বাহিনীয়ে। ১১৪খন যুদ্ধবিমান কিনাৰ পৰিকল্পনা আছে বাহিনীটোৰ। যাৰ ভিতৰত ৯৬খন যুদ্ধবিমান ভাৰতত নিৰ্মাণ কৰা…

মহাকাশত ধ্বংস নাছাৰ উপগ্রহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ঘূর্ণিবায়ুৰ খবৰ দিয়া দুটা কৃত্রিম উপগ্রহ নষ্ট হ'ল নাছাৰ। ৰকেটৰ পৰা বিচ্ছিন্ন হৈ কক্ষপথত প্রৱেশৰ ঠিক আগেয়েই যান্ত্রিক বিজুতিৰ বাবে মহাকাশত হেৰাই যায় উপগ্রহ দুটা। প্রতি ঘণ্টাত ঘূর্ণিবায়ুৰ নিখুঁত খবৰ মহাকাশৰ…

আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ দলে বলে অসমীয়া লেখক-সাহিত্যিক

১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব । ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব।শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ…

আই আই টি-গুৱাহাটীয়ে প্ৰস্তুত কৰিলে কৃত্ৰিম ভৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ গৱেষকসকলে প্ৰস্তুত কৰিছে এটা কৃত্ৰিম ভৰি। এই ভৰি বিশেষভাৱে ভাৰতীয় অৱস্থাৰ বাবে ডিজাইন কৰা হৈছে। ই ভাৰতীয় প্ৰয়োজনীয়তা যেনে ক্ৰছ-লেগড চিটিং আৰু ডিপ…

আজি আকাশত জিলিকিব ‘ষ্ট্ৰবেৰী মুন’

দাদুল দেৱকৃষ্ণ বৰুৱা জোন মানেই স্নিগ্ধতা। জোন মানেই প্রেম। জোনৰ প্রতি মানুহৰ আগ্রহৰ অন্ত নাই। বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য, সংস্কৃতিত জোনৰ আছে বিশেষ আদৰ। জোনৰ ৰূপ-গুণৰ কোনো শেষ নাই। বিশেষকৈ পূৰ্ণিমাৰ জোনৰ। বছৰত অন্ততঃ ১২টা পূর্ণিমা থাকে।…

গুৱাহাটীত ভূমিস্খলনে প্ৰাণ ল’লে চাৰিজন লোকৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰে নিশাৰ ভাগত হোৱা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বানত বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। নিশা হোৱা ভূমিস্খলনৰ ঘটনাত গুৱাহাটীত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা…

অলপ মৰম,অলপ হাঁহি আৰু অলপ সুখ বিচাৰি

 বিমল বৰগোহাঁই আমি প্ৰত্যেকেই এখন এখন সমাজত বাস কৰোঁ। সৰুতে পঢ়িছিলোঁ যে এখন সমাজত বাস কৰিলে, কিদৰে আমি এজনে আনজনক বা ইঘৰে-সিঘৰক সহায় কৰিব লাগে, বিপদৰ সময়ত মাত এষাৰ দিব লাগে, সেই কথা তেতিয়া আমাক মা-দেউতাই আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষক সকলে…

ৰজা দ্বিতীয় জেমছ দৈৱক্ৰমে ৰক্ষা পৰিছিল ডুবন্ত জাহাজৰ পৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : এখন ৰাজকীয় যুদ্ধজাহাজ ৩৪০ বছৰ আগেয়ে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল। যোৱা ৯ জুনত গৱেষকে সেই জাহাজ সংক্রান্তীয় তথ্য উন্মোচন কৰিছে। ধ্বংসৰ পৰা জাহাজখন বচাই ৰাখিবলৈ ইয়াৰ তথ্য ১৫ বছৰতকৈয়ো বেছি সময়…

মিৰানা’ ছীল কৰিব নোৱাৰিলে তিনিচুকীয়াৰ প্ৰশাসনে

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুন : অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সুৰা মজুত ৰখাৰ অভিযোগত তিনিচুকীয়াৰ মাকুম পথস্থিত 'দ্যা মিৰানা’ নামৰ অভিজাত হোটেলখন ছীল কৰাৰ নিৰ্দেশ দি মুখথেকেচা খালে জিলা প্ৰশাসনে । উল্লেখ্য যে দুদিন পূৰ্বে কাৰ্য্যবাহী…

শিক্ষা মন্ত্ৰীৰ গৃহ জিলা গোগামুখত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ অধিৱেশনত চূড়ান্ত বিশৃংখলতা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুনঃ ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকলৰ বৃহৎ সংগঠন ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সপ্তদশ অধিৱেশনখনি চূড়ান্ত বিশৃংখলেৰে দেওবাৰে সন্ধিয়া সামৰণি পৰে। অসমৰ ইমুৰৰ পৰা…