পুৰণা দল হিচাপে কংগ্ৰেছৰে এতিয়াও কিছু সাংগঠনিক ভেটি আছেঃ জয়ন্ত মল্ল বৰুৱা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩জুনঃ কংগ্ৰেছৰ নেতৃত্বত য’দিহে কষ্ট কৰা মানুহ আহে তেনেহলে দলটো কিছু উঠিব পাৰে।” এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু…
