বাক্সাৰ ককিলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত বিজয়মালা পিন্ধিলে ইউ পি পি এলৰ প্ৰাৰ্থী মন্টু বড়োয়ে
শতাব্দ প্ৰিতনিধি, বাক্সা,১২ জুনঃ বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হল বি টি চি পৰিষদৰ উপ নিৰ্বাচনৰ ফলাফল । বিগত পৰিষদীয় সাধাৰণ নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োই জয়লাভ কৰিছিল গৈবাৰী আৰু ২২ নং ককিলাবাৰী পৰিষদীয় সমষ্টি দুটাৰ পৰা । পৰৱৰ্তী সময়ত…
