আবকাৰী অধীক্ষকক সুৰা গলাধঃকৰণ কৰায়ো ৰক্ষা নপৰিল অপু’চ ৰেষ্টুৰেণ্ট
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুন : যোৱা ২ জুনৰ পৰা বিতৰ্কৰ মাজত সোমাই থকা তিনিচুকীয়াৰ মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেণ্ট তথা ধাবাত আজি চলিল জিলা প্ৰশাসনৰ বুলডজাৰ । তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি…
