ককাৰ ভাঙৰ চিলিমত মৰা হোপাটো… তাৰপিছত ?

দীপামণি হাজৰিকা বৰুৱা নজনা কিবা এটাৰ বিষয়ে জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। সকলো মানুহেই নজনাটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে যদিও ডাঙৰ সকলতকৈ শিশুসকলৰ মনত অনুসন্ধিৎসু গুণটো বেছিকৈ থাকে। কিমান যে কথা, কিমান যে প্ৰশ্ন ! কল্পনা বিলাসী,…

নতুন শিক্ষা নীতিৰে মোকাবিলা কৰিব পৰাকৈ শিক্ষক সমাজক সাজু হবলৈ আহ্বান বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ জুন : শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অৱসৰী শিক্ষক - শিক্ষয়িত্ৰী সকলক সামাজিক দায়বদ্ধতাৰে সমাজৰ বিকাশ আৰু উত্তৰণত অংশ ল'বলৈ আজি আহ্বান জনাই বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সংবাদিক তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ…

বিপিএফৰ কোনো বিধায়ক ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ব নোৱাৰে-উৰ্খাও গৌৰা ব্ৰহ্ম

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০জুন: ৰাজ্যৰ মন্ত্ৰী সভাত ভৱিষ্যতে বিপিএফ দলৰ কোনো বিধায়কেই মন্ত্ৰিত্ব লাভ নকৰে বুলি আজি তেজপুৰত দাবী কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই।তেজপুৰত অনুষ্ঠিত হ’ব লগা কেবিনেট…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিনামূলীয়া আধাৰ শিবিৰ 

উত্তৰ লখিমপুৰ, ১০ জুনঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়া বিনামূলীয়া আধাৰ সুবিধা শিবিৰ আজি শতাধিক ব্যক্তিৰ নামভৰ্তিৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ হিচাপ বিদ্যা আৰু ৰাজনীতি বিজ্ঞান বিভাগে আধাৰ সেৱা কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ…

প্রধান মন্ত্ৰী আৱাস যোজনাই ঢুকি নোপোৱা মানুহজন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন : মানুহজনৰ নাম বগামল শ‍ইকীয়া, ঘৰ লখিমপুৰ জিলাৰ চুতীয়াকাৰীত। চল্লিশৰ উৰ্দ্ধৰ এইজন বিপত্নীক ব্যক্তিয়ে বছৰ বছৰ ধৰি ৰ'দ বৰষুণত তিতি-বুৰি এখন চালিৰ তলত কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে। কেওকিছু নথকা এইজন লোকে…

লখিমপুৰত নাই ডি. টি. অ’, এম. ভি. আই.

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুনঃ ৰাজ্যৰ এটা বিয়াগোম বিভাগ হৈছে পৰিবহন বিভাগ। এই পৰিবহন বিভাগটোৰ বহু কাৰ্যালয়ত এতিয়া বিষয়া-কর্মাচাৰী অবিহনেই চলি আছে। তেনে এটা কার্যালয় হৈছে লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। এই কার্যালয়টোত…

লখিমপুৰৰ ৰাজপথত জাগৃত নাৰীশক্তি সমিতিৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন: লখিমপুৰ নগৰত আজি জাগৃত নাৰীশক্তি সমিতিয়ে উত্তাল প্ৰতিবাদেৰে ৰাজ পথ কঁপাই তোলে। লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ মাইক্ৰ'ফাইনেন্স কোম্পানীটোৱে সাম্প্রতিক সময়তো দৰিদ্র মহিলাসকলৰ ঘৰলৈ গৈ সেই মহিলাসকলক…

দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাকলৈ সমালোচনা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিছাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে…

তেজপুৰ কনভেনচন চেন্টাৰ মুকলিৰ পূৰ্বে পৰিল পানী

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ বাটমাৰিত নৱনিৰ্মীত কনভেনচন চেন্টাৰ আনুষ্ঠানিকভাৱে কাইলৈ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই। তাৰ পিছতে ইয়াত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট…

ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযান 

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ,১০ জুন: ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিন।উপত্যকাৰ ১৫ টা বিধানসভা সমষ্টিত যোৱা মঙ্গলবাৰৰ পৰা এই অভিযান আৰম্ভ কৰিছে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বৰাকৰ দায়িত্ব থকা…