অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ  

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুন: শক্তিপীঠ কামাখ্যা ধামত ২১ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মেলাৰ সময়ছোৱাত সমবেত হ'ব লগা দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীসকলৰ জৰুৰী চিকিৎসা প্ৰয়োজনীয়তাৰ দিশটো…

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বামুণীমৈদামস্থিত মুখ্য কাৰ্যালয় পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ…

 জনজাতিকৰণ আৰু অন্যান্য দাবীত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উত্তাল…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে…

মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰূপে আজি শপত ল'লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত…

লাদাখত পুনৰ বাঙ্কাৰ নির্মাণ কৰিছে চীনে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : লাদাখত পুনৰ সংঘর্ষৰ প্রস্তুতি চলাইছে চীনে? এই এলেকাত চীনা সেনাৰ গতিবিধিক লৈ নতুন দিল্লীক সতর্ক কৰিছে মার্কিন যুক্তৰাষ্ট্রই। ৱাছিংটনৰ দাবী— লাদাখত চীনা সেনাৰ যাতায়াতৰ ছবি দৃষ্টিগোচৰ হৈছে, যিটো বেছ…

 তিনিচুকীয়াত আবকাৰী আৰক্ষীৰ অভিযানত শ শ লিটাৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে চানি ধৰা তিনিচুকীয়াত অব্যাহত আছে অবৈধ সুৰা, মদৰ ঘাটি আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । তিনিচুকীয়াৰ কাৰ্য্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়াৰ লগতে…

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত…

তেজপুৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৯জুন: শোণিতপুৰৰ চাৰিদুৱাৰ থানা আৰু তেজপুৰৰ বিশেষকৈ বৰঘাট আৰক্ষী চ’কী অন্তৰ্গত বিভিন্ন অঞ্চলত ভালেসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে য’দিও এইপৰ্যন্ত প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহৰ মূল উৎস তথা ঘাটি…

পিপিই কিট কেলেংকাৰী

 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা পিপিই কিট কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত…

১১জুনত তেজপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৯জুন: শোণিতপুৰ জিলাৰ তেজপুৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অহা ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আনহাতে একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দিনা…