তেজপুৰত সুৰামত্ত যুৱকৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৮জুন: তেজপুৰত সুৰামত্ত চালকৰ অতপালিত আজি ৰাজপথত এক সন্ত্ৰাসৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, তিনিঠাইত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৈঠাভঙাৰ পৰা তেজপুৰলৈ আহি আছিল আৰু বাহনখনত তিনিজন সুৰামত্ত যুৱক আছিল বুলি অভিযোগ উঠিছে। এ…
