খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ 'খাদ্য সুৰক্ষা আৰু…
