প্রথমস্থানসহ মুঠ ৭ গৰাকী শীৰ্ষৰ স্থানপ্ৰাপক লখিমপুৰৰ
প্রথমস্থান প্রাপক ৰক্তোৎপল হ'ব বিজ্ঞানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ৰক্তোৎপল শইকীয়াই অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰজনে মুঠ ছশ…
