অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক'ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা…

৯১ সংখ্যক ওপজা দিনৰ ওলগত চিকিৎসক-সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ১০ খন গ্ৰন্থ উন্মোচন

যোৰহাট, ৬জুনঃ কস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ৯১ সংখ্যক ওপজা দিনৰ ওলগ আজি দুপৰীয়া চিকিৎসক গৰাকীৰ বাসগৃহত বহুজন গুণমুগ্ধ সমৱেত হৈ পালন কৰে। তদুপলক্ষে বিশিষ্ট সাহিত্যিক, চিকিৎসক গৰাকীয়ে কেক কাটি শুভাৰম্ভ…

লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী দৃশ্যঃ ৬-৭ বছৰীয়া শিশুৱে দ্ৰুত গতিত বাইক চলোৱাক লৈ সর্বত্র…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ জুনঃ এইখন অসমত আৰু যেন কি নঘটে ! দেওবাৰে বিয়লি লখিমপুৰ জিলাৰ নাওবৈচাত ৰাষ্ট্ৰীয় ঘাইপথত এটি শিশুৱে দ্রুত বেগত বাইক চলাই যোৱা শিহৰণকাৰী দৃশ্যই আজি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৫ জুনৰ বিয়লি ৪ মান বজাৰ এই…

তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী আটক, ১.৫০ কোটি মূল্যৰ খৰ্গ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত আৰক্ষীয়ে দুই চোৰাং ব্যৱসায়ীক আটক কৰাৰ লগতে ধৃত ব্যৱসায়ীৰ হাতৰ পৰা প্ৰায় ১.১৫৮ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী…

যোগ দিৱসৰ পূৰ্বে অভিলেখ আইটিবিপিৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : ভাৰত-তিব্বতী সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ দল এটাই উচ্চ উচ্চতাত যোগাভ্যাস কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে। টুইটাৰত আইটিবিপিৰ অফিচিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত পৰ্বতাৰোহীৰ দলটোৱে ২২,৮৫০ ফুট উচ্চতাৰ…

গেৰুকামুখত অঘটনঃ সুৰংগৰ ভিতৰত ৰিব খহি থিতাতে এজন নিহত: আহত ২

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ৬ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আজি পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত জিতু হাতীবৰুৱা নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে এনএইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল…

৩৪০০ বছৰ প্ৰাচীন চহৰ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কুৰ্দিস্তান অঞ্চল কেমুনেত উদ্ধাৰ কৰা হৈছে। এই প্ৰাচীন চহৰখন হঠাৎ আৱিষ্কাৰৰ আঁৰৰ কাৰণ আচলতে খৰাঙৰ ফলত ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ হ্ৰাস…

অৰুণাচলত পুনৰাৱিষ্কাৰ ‘লিপষ্টিক ট্ৰী অব ইণ্ডিয়া’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : ভাৰতীয় উদ্ভিদ জৰীপ বা Botanical Survey of India (BSI)ৰ গৱেষকসকলে এশ বছৰতকৈও অধিক সময়ৰ পাছত অৰুণাচল প্ৰদেশৰ দুৰ্গম আনজাও জিলাত পুনৰ আৱিষ্কাৰ কৰিছে এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদ; যাক Indian lipstick plant বুলিও…

‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদান কৰিব নৰ্থ লখিমপুৰ কলেজে 

প্ৰকৃতি-সাহিত্য হিচাপে চিহ্নিত কৰিব পৰা নিৰ্দিষ্ট এখন প্ৰকাশিত গ্ৰন্থৰ বাবে ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদানৰ ঘোষণা নৰ্থ লখিমপুৰ কলেজৰ। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষক গোষ্ঠী নেচাৰ্চ বেকনৰ লগত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া…

শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি

 বিমল বৰগোঁহাই শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি শৈশৱৰ সোণোৱালী দিনবোৰৰ কথা ৰোমন্থন কৰিলে, নিশ্চয় আমাৰ সকলোৰে মনত সেই দিনবোৰৰ স্মৃতিবোৰে মনত বৰকৈ খুন্দা মাৰে। আমাৰ শৈশৱৰ সেই দিনবোৰ কিমান যে মধুৰ, আনন্দৰ আৰু হেঁপাহৰ আছিল, সেই কথা ভাবিলেই পুনৰ সেই…