কফি কাপত চুমুক ! এস্প্ৰেছ’ মেচিনৰ পিতৃলৈ গুগলৰ সন্মান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : এস্প্ৰেছ’ মেচিনৰ গডফাদাৰ বুলি গণ্য কৰা উদ্ভাৱক এঞ্জেলো মৰিঅণ্ডোৰ ১৭১ সংখ্যক জন্ম জয়ন্তী গুগলে আজি এক কলাত্মক ডুডলৰ জৰিয়তে উদযাপন কৰিছে। উল্লেখ্য যে, ১৮৮৪ চনত আটাইতকৈ প্ৰাচীন এস্প্ৰেছ’ মেচিনটোৰ পেটেণ্টৰ বাবে…

নিজৰ প্রজাতিৰ গান পাহৰিছে চৰায়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : আগতে পুৱাই উঠিলে শুনা যায় পখীৰ গান। এতিয়াও শুনিবলৈ পোৱা যায় অৱশ্যে; কিন্তু সকলোতে নহয়। ‘প্রচিডিংছ অব দ্য ৰয়েল ছচাইটি বি’ জার্নালত প্রকাশিত এক সমীক্ষা অনুসৰি, কিছু পুৰুষ চৰাই, যিবোৰ বিপন্ন প্রজাতিৰ…

৪০ বছৰ ধৰি লুকাচুৰিঃ অৱশেষত সন্ধান পালে পোহনীয়া কাছৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : মা হেৰালে মাক পোৱা নাযায়, কিন্তু কাছ (Turtle) হেৰালে? মনলৈ এই প্ৰশ্ন আহিব অলপ সময়ৰ বাবে হ'লেও, যেতিয়া আপুনি জানিব, ৪০ বছৰ পিছত হেৰাই যোৱা পোহনীয়া কাছ এটা বিচাৰি পালে এটা পৰিয়ালে। ঘটনাটো ঘটিছে ব্রাজিলৰ…

মোদীৰ ৮ বছৰীয়া আমোলৰ বিশাল বিফলতাঃ ডাক বিভাগৰ অৱনতি, লোকচান ৯৭ হাজাৰ কোটি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : নৰেন্দ্র মোদী চৰকাৰৰ আঠ বছৰৰ সাফল্যৰ প্রচাৰ চলিছে সৰ্বত্ৰ। সমান্তৰালভাৱে পালিত হৈছে স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’। সেই ক্ষেত্ৰতো সকলোকে পিছত ৰাখি চৰকাৰৰ ঢাক ঢোল বজোৱাৰ প্রাধান্য।…

অসমৰ পৰা ভূটানলৈ ৰে’ল সংযোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : ভাৰত চৰকাৰে চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপাললৈ ৰে'ল যোগাযোগ স্থাপন কৰাৰ পাছত এইবাৰ হিমালয়ৰ দেশ ভূটানলৈ ৰে'ল সংযোগ ঘটোৱাৰ পৰিকল্পনা হাতত লৈছে। প্ৰকৃততে আজি প্ৰায় দুটা দশকৰ আগেয়েই ইয়াৰ চিন্তা-চৰ্চা আৰম্ভ…

‘চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ !’ জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ৫ জুনঃ বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ বহু চৰ্চিত উপন্যাস 'চিঞৰ' আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত হোটেল প্ৰিমলেণ্ডত এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত উচ্চ শিক্ষা প্ৰতিষ্ঠানত…

অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰফৰেষ্ট গ্ৰীণ জ’নৰ আঁচনি 

শতাব্দ প্ৰতিনিধি, যোৰহাট,৫ জুনঃ মাইক্ৰফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে আজিৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক সেউজ সজাগতা অভিযান। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আজি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত এই পৰিকল্পনাৰ শুভাৰম্ভ কৰে অসম কৃষি…

ঢকুৱাখনাত বিশ্ব  পৰিৱেশ দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি,ঢকুৱাখনা,৫ জুনঃ 'এখনেই মাত্ৰ পৃথিৱী' মূল বাণীক লৈ সমগ্র বিশ্বৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে ২০২২ চনৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ ভিতৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ‍্যোগত তথা ঢকুৱাখনা…

বিশ্ব পৰিৱেশ দিৱসত তামুলপুৰ- নাগ্ৰীজুলি পথত ১০০ টা গছপুলি ৰোপণ

শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি তামুলপুৰ জিলাক সেউজীয়াকৰণ কৰি সমগ্ৰ জিলাখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লক্ষ্যৰে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তামুলপুৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যাগত আৰু ৫৮ নং তামুলপুৰ…

জিলা পৰিষদৰ সৌজন্যত তিনিচুকীয়াত বিশ্ব পৰিৱেশ দিৱস উদযাপন

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি ৫ জুনত সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াত তিনিচুকীয়া জিলা পৰিষদৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা হলৌ বান্দৰৰ বাবে বিখ্যাত বাৰেকুৰি অঞ্চলত স্থানীয়…