বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা“ সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট , ৫ জুনঃ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ…
